অসমীয়া বাপুতিসাহোন ৰঙালী বিহু ওলগ জনালোঁ।
◆গীনিজ বুকত দুটাকৈ অভিলেখ স্থাপন বিহুৰ
◆ প্ৰথমতে একে স্থানতে ১১৩০৪ গৰাকী নাচনী আৰু ঢুলীয়াৰ প্ৰদৰ্শন
◆দ্বিতীয়তে একে স্থানত ৩০০০ৰ ঢুলীয়াৰ ঢোলবাদন।
Lyrics - Sri Simanta Borah ( EE ,Majuli Irrigation Division , Kamalabari) & Dipankar Chetia (Sivsagar)
Tune - Abhinob Borah
singer -Amar ashim bora
Music -Ankur jyoti bora
Additional programming -Ritunjoy saikia
Mixing mastering-Ritunjoy saikia
Flute -Raktim dutta
Dhol-Saraswat gayon
Music production studio -Sarenga studio ,Majuli
Recording studio- audio world, jorhat
Lyrical video - Porag Borah ( Studio the Focus , Kamalabari,Majuli)
#Assamesesong
#NewAssameseBihusong
#Bihusong
#newbihusong2023
Please subscribe this Channel
#Share #like #comment
#Artandcultureassam
মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ ৫০০ বছৰ পূৰ্ণ হোৱা মনিকাঞ্চন সংযোগৰ মহামিলনৰ উপলক্ষে ড' উৎপল নাৰায়ণ গোস্বামী ৰ পৰিকল্পনাৰে মনিকাঞ্চনৰ আহঁতগুৰি গীতটি আগবঢ়োৱা হৈছে।
সম্পূৰ্ণ কৈ শুনিবলৈ তলৰ লিংকটো ক্লিক কৰক।
https://youtu.be/5NmNodzqz6I
আপোনালোকলৈ "চুই চালে"২০২৩ শীৰ্ষক বিহু গীতটি আগবঢ়াই দিয়া হৈছে,
তলৰ লিংকটোত ক্লিক কৰক।
ভাল লাগিলে শ্বেয়াৰ কৰিব।
https://youtu.be/I5RagdH2s5A
Lyrics- Bulbul Boruah
Singer- Sanjib bora and Dharitri saikia
Music composition/tune- Basanta saikia
Music /mix-- Ritunjoy saikia
Dhol - Achut Borah
Flute - Dadu Rajkhowa
Lyrics Video design - Poragjyoti Borah
Recording Studio - Sarenga Studio Majuli & Melody Drive ,(Ghy)
https://youtu.be/I5RagdH2s5A
New Bihu song 2023
Coming soon
ঐতিহাসিক শ্ৰীশ্ৰী গড়মূৰ সত্ৰৰ ৰাসলীলা
#নন্দউৎসৱ
#majulirasfestival2022
সম্পূৰ্ণ কৈ চাবৰ বাবে তলৰ লিংকটোত ক্লিক কৰক।
সকলোৱে চেনেলটি #Subscribe কৰিব।
ধন্যবাদ
https://youtu.be/p87Ajzce-IE
https://youtu.be/sVFYTtGT8Yg
#অসমীয়ালোকগীত
#গোপীনাথ
প্ৰযোজনা - অমূল্য নাথ আৰু জ্যোতি নাথ
কণ্ঠ - অংকিতা নাথ
সংগীত ব্যৱস্থাপনা - অংকুৰজ্যোতি বৰা
বাঁহী - দাদু ৰাজখোৱা
তবলা - অসীম গায়ন
শব্দ সংমিশ্ৰণ - D.btz
বাণীবদ্ধ - সাৰেঙ্গ ষ্টুডিঅ', মাজুলী
ভিডিঅ' সম্পাদনা - ষ্টুডিঅ' ফ'কাচ , কমলাবাৰী
গীতটি সকলোৱে শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ।
মাজুলীৰ সুকণ্ঠী অংকিতা নাথৰ কণ্ঠত
"যমুনাৰ বালিতে বহি"
https://youtu.be/Evz9B0Varxs
শীৰ্ষক গীতটি
সকলোৱে আদৰি লোৱাৰ দৰে
এইবাৰো ৰাসোৎসৱৰ লগত সংগতি ৰাখি
#গোপীনাথ
#অসমীয়ালোকগীত
শীৰ্ষক গীতটি
#youtubechannel
Art And Culture, Assam
https://youtube.com/channel/UCpcG3bOXMuQrR1Wixo3vRJw
অহা ২৪ অক্টোবৰ ( দীপান্দিতা)ত
শুভ মুক্তি দিয়া হ'ব । সকলোৱে গীতটিক মৰম দিব বুলি আশা ৰাখিলোঁ লগতে অংকিতা নাথক আশীৰ্বাদ কৰিব।
মাজুলীৰ বিষ্ণুপুৰ গাঁৱৰ নিবাসী মুহিকান্ত বৰবায়ন আৰু বন্তি দেৱী বৰাৰ কন্যা আৰাধ্য বৰা।
#নিচলাআইৰেআমিখাটিঅসমীয়া
#প্ৰাৰ্থনাশ্ৰীমন্তশংকৰহৰিভকতৰ
#যিমুলাবাঢ়েতাৰদুপাততেচিন।
কণমানি আৰাধ্যাক ভাইৰেল কৰক।
#শ্বেয়াৰকৰক
মাজুলীৰ ঐতিহাসিক শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ নাম প্ৰসংগ, সকলোৱে শ্বেয়াৰ কৰিব লগতে পেজটো like, #Follow কৰিবলৈ নাপাহৰিব।
#uttarkamalabarisatra
মহাপুৰুষ মাধৱদেৱৰ পবিত্ৰ তিৰোভাৱ তিথিৰ প্ৰাক্ মূহুৰ্তত মাধৱদেৱৰ জন্মস্থান লেতেকুপুখুৰীৰ ওপৰত এখনি আমি তথ্যচিত্ৰ নিৰ্মাণ কৰা হৈছিল। আজি এই পবিত্ৰ মূহুৰ্তত তথ্যচিত্ৰ খন মুকলি কৰা হৈছে, সকলোৱে শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ।
#letekupukhuri
#https://youtu.be/UV33Tog1hu4
সম্পূৰ্ণকৈ চাবৰ বাবে ওপৰৰ লিংকটো ক্লিক কৰক।
শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ বিশিষ্ট সত্ৰীয়া শিল্পী সমাজকৰ্মী সু-সংগঠক সৰবৰহী সত্ৰৰ কৰ্ণধাৰ বৈষ্ণৱ প্ৰয়াত বসন্ত নেওগ আতৈলৈ অশ্ৰুঅঞ্জলী জনাইছোঁ
তেৰাৰ বিদেহ আত্মাৰ চিৰ শান্তি কামনা কৰিলোঁ।
#সকলোৱেশ্বেয়াৰকৰিব।
#সম্পূণকৈচাবলৈতলৰলিংকটিক্লিককৰক।
https://youtu.be/eocmE676l8w
জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ তিৰোভাৱ তিথিৰ উপলক্ষে খন এটি সুন্দৰ দিহানাম আগবঢ়োৱা হৈছে,ভাল লাগিলে সকলোৱে শ্বেয়াৰ কৰক।
https://youtu.be/acE45y3XjQs
#মহাপুৰুষগুৰুদুজনাৰসৃষ্টিগায়নবায়ন,
#ভাইৰেলকৰক
#সকলোৱেযিমানপাৰেশ্বেয়াৰকৰক
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৪ সংখ্যক তিৰোভাৱ তিথিৰ প্ৰাক মুহূৰ্তত আগবঢ়োৱা হৈছে।
মাকলৈ জীয়েকৰ মৰম
মাকলৈ জীয়েকৰ মৰম ❤
Austriyana Dihingia ( Dhemaji)
পুং চালম
Pung Chalom of Manipur
উজনীয়া বাপুঘৰ
সাৰেঙ্গ ষ্টুডিঅ'ৰ পৰিকল্পনাৰে অংগৰাগ পাপন মহন্তৰ কণ্ঠত শ্ৰী শ্ৰী বদলা পদ্ম আতা পুৰুষৰ ৪৭৬ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ আৰু সমন্বয় সাংস্কৃতিক সমাৰোহ মাজুলী-২০২২ ৰ শীৰ্ষ গীত - "সাদিনীয়া বাপুঘৰ"" ৭ জুন তাৰিখে আপোনালোকৰ মাজলৈ আহি আছে।
Art and Culture Assam YouTube channel গীতটি উপলব্ধ হ'ব । সকলোৱে গীতটিক মৰম দিব বুলি আশা ৰাখিলোঁ।#paponpaponunivaras
মাজুলী বিষ্ণুপুৰ গাঁৱত মংস্য অৱতাৰ ভাওনা।
নক্ষত্ৰ , এক অবিৰত যাত্ৰা ৰ নগাঁও ৰ পৰা Live