20/05/2023
আৰক্ষী বিষয়া জোনমনি ৰাভাৰ আকস্মিক বিয়োগৰ খবৰ অত্যন্ত বেদনাদায়ক। পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱা তেজস্বিনী সাহসী বিষয়া গৰাকীৰ মৃত্য ৰহস্যৰে আৱৰাও হব পাৰে। উচ্চ পৰ্যায়ৰ তদন্তই হে প্ৰকৃত সত্য পোহৰলৈ আনিব। শোক সন্তপ্ত পৰিয়াললৈ মোৰ গভীৰ সমবেদনা জ্ঞাপন কৰিছো।