21/07/2024
লাইন মাইম থিয়েটাৰৰ উদ্যোগত যোৱা বছৰৰ দৰে এই বছৰো 20/4/2024 তাৰিখৰ পৰা 30/6/2024 তাৰিখৰ ভিতৰত অনুষ্ঠিত কৰা হৈ "মিছন বহাগ ২.০ (Mission Bohag 2.0)"। ইয়াৰে ভিত্তিত অভিনয় আৰু থিয়েটৰ-ইন-এডুকেশ্বনত এদিনীয়া বিনামূলীয়া কৰ্মশালা অনষ্ঠিত কৰা হয় অসম আৰু ত্ৰিপুৰাত। এইবছৰ কৰ্মশালা ৬খন শিক্ষানুষ্ঠানৰ প্ৰায় ২০০+ ছাত্র- ছাত্রীক প্ৰশিক্ষণ দিবলৈ সক্ষম হৈছে এই অনুষ্ঠানে।তাৰে ভিতৰত মেৰিলেণ্ড অকাডেমী ইনষ্টিটিউট, টংলা, ওদালগুৰি, টি.চি চৰকাৰী ম.পি. & উ. মা. বিদ্যালয়, গুৱাহাটী, চেনিকুঠী নিম্ন বুনিয়াদী বিদ্যালয়, গুৱাহাটী, এচ.এচ.কে সত্ৰীয়া সংগীত বিদ্যালয়, খাৰগুলী, কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, গুৱাহাটী, পাবিয়াচেৰা উ.মা. বিদ্যালয়, কুমাৰঘাট, ত্ৰিপুৰা (Maryland Academy Institute, Tangla, Udalguri, Chenikuthi LP School, Guwahati, TC Govt. Girls HS & MP School, SSK Sanskrit School, Guwahati, Cotton Collegiate Govt. HS School, Guwahati, Pabiachera HS School, Kumarghat, Unokuti, Tripura) আদি শিক্ষানুষ্ঠানত প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। আৰু কৰ্মশালাত বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী সমূহ উপস্থিত থাকি সাহক দিয়ে। আৰু কামৰূপ মহানগৰ জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ সহায়ত সক্ষম হৈ উঠে কৰ্মশালা। আমাৰ ফালৰ পৰা সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ 🙏।
Ibrahim Mimo Khalil Ibrahim Khalil Ibrahim Khalil Mission Bohag 1.0 Line Guwahati Line Mime Theatre
https://www.facebook.com/100092372035317/posts/388073794281685/?mibextid=rS40aB7S9Ucbxw6v
Directorate of Higher Education, Assam State Council of Educational Research and Training Ministry of Education Ministry of Electronics & Information Technology, Government of India Cotton Collegiate Govt. H.S. School National Council of Educational Research and Training - NCERT