Rakesh Hazarika Official

Rakesh Hazarika Official WELLCOM To my page...Its a Official Fan Club Page Of Singer Rakesh Hazarika.For shows Boking us Thnx u All Our Admine no-7896561130(Amlan Jyoti Borah)

কলাগুৰু জনাৰ মৃত্যুবাৰ্ষিকীত তেখেতলৈ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ 🙏🙏🙏
20/06/2022

কলাগুৰু জনাৰ মৃত্যুবাৰ্ষিকীত তেখেতলৈ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ 🙏🙏🙏

01/08/2021
Booking opens now 🎵🎶
05/04/2021

Booking opens now 🎵🎶

17/03/2021

সমূহ অসমবাসী ৰাইজলৈ আগন্তুক ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছো 🙏🙏🙏 ।। বিগত বৰ্ষ কেইটিৰ দৰে এইবেলি বহাগত ৰাইজৰ আশীষ বিচাৰি বিহু মঞ্চৰ বাবে আমি সাজু হৈছো ।। বিহু অনুষ্ঠানৰ বাবে তলত দিয়া নম্বৰ কেইটিত
যোগাযোগ কৰিব পাৰিব
👉 9365119148
8402916627(whatsapp)
ধন্যবাদৰে
ৰাকেশ হাজৰিকা ।

(তলৰ Show Reel টো ভাল লাগিলে share কৰিবলৈ নাপাহৰিব )
Thanks to my brother Gaurab K Das ❤️

সম্পূৰ্ণ এটি বছৰৰ বিৰতিৰ মূৰত এই বেলি বহাগত আপোনাসবৰ মৰম তথা আশীৰ্বাদ বুটলিবলৈ সাজু হৈছোঁ ।।। আটাইৰে সহায় সহযোগিতা কামনা...
11/03/2021

সম্পূৰ্ণ এটি বছৰৰ বিৰতিৰ মূৰত এই বেলি বহাগত আপোনাসবৰ মৰম তথা আশীৰ্বাদ বুটলিবলৈ সাজু হৈছোঁ ।।। আটাইৰে সহায় সহযোগিতা কামনা কৰিলো 🙏🙏🙏

জহা চাউলৰ গোন্ধৰেবৰা চাউলৰ আঠাৰেমিঠাআলুৰ মিঠাৰে আকাশচুম্বী মেজিৰ উমাল আমেজেৰে       ভোগৰ বিহু ভোগালী ভোগ কৰক. . .তাৰেই ক...
13/01/2021

জহা চাউলৰ গোন্ধৰে
বৰা চাউলৰ আঠাৰে
মিঠাআলুৰ মিঠাৰে
আকাশচুম্বী মেজিৰ উমাল আমেজেৰে


ভোগৰ বিহু ভোগালী ভোগ কৰক. . .

তাৰেই কামনাৰে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলো 🙏🙏🙏

সমূহ অসমবাসী ৰাইজলৈ ইংৰাজী নৱবৰ্ষৰ অযুত অলেখ শুভেচ্ছা তথা শুভকামনা জ্ঞাপন কৰিছো 🙏🙏🙏 । আগন্তুক বৰ্ষতিয়ে যেন কঢ়িয়াই আনক ন ...
01/01/2021

সমূহ অসমবাসী ৰাইজলৈ ইংৰাজী নৱবৰ্ষৰ অযুত অলেখ শুভেচ্ছা তথা শুভকামনা জ্ঞাপন কৰিছো 🙏🙏🙏 । আগন্তুক বৰ্ষতিয়ে যেন কঢ়িয়াই আনক ন ন সুবার্তা তথা সু-সময় ।।

28/02/2019
01/01/2019

Happy new year to everyone 💐💐💐
Love u all

Address

Nagaon

Telephone

+919365119148

Website

Alerts

Be the first to know and let us send you an email when Rakesh Hazarika Official posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Share


Other Performance & Event Venues in Nagaon

Show All