নৃত্য তৰঙ্গিনী কলাকেন্দ্ৰ মেৰাপানী

  • Home
  • নৃত্য তৰঙ্গিনী কলাকেন্দ্ৰ মেৰাপানী

নৃত্য তৰঙ্গিনী কলাকেন্দ্ৰ মেৰাপানী Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from নৃত্য তৰঙ্গিনী কলাকেন্দ্ৰ মেৰাপানী, Performance & Event Venue, .

সদৌ অসম ভিত্তিত চিত্ৰাংকন প্ৰতিযোগিতাত পুৰস্কৃত হোৱা আমাৰ কলাকেন্দ্ৰৰ প্ৰতিযোগি অন্তৰীক্ষ চুতীয়াক বঁটা আৰু সম্বৰ্ধনা জন...
24/11/2024

সদৌ অসম ভিত্তিত চিত্ৰাংকন প্ৰতিযোগিতাত পুৰস্কৃত হোৱা আমাৰ কলাকেন্দ্ৰৰ প্ৰতিযোগি অন্তৰীক্ষ চুতীয়াক বঁটা আৰু সম্বৰ্ধনা জনোৱা হয়।

17/11/2024
17/11/2024

সকলোৰে বাবে এটা ভাল খৱৰ নৃত্যতৰঙ্গিনী কলাকেন্দ্ৰ, মেৰাপানীত কালিলৈ পৰা অৰ্থাৎ ১৮/১১/২০২৪ সোমবাৰৰ পৰা মৰ্ডান ডাঞ্চ এটা মাহেকীয়া বিশেষ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হৈছে য'ত আমন্ত্ৰিত প্ৰশিক্ষক হিচাপে অংশগ্ৰহণ কৰিব কলিকতাৰ ঋষৱ দাসে। এই প্ৰশিক্ষণটোত সম্পূৰ্ণ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বাবে তৈয়াৰ কৰা হ'ব। যিহেতু সীমিত আসন ইচ্ছুক ছাত্ৰ-ছাত্ৰী সকলক শীঘ্ৰে তলত দিয়া নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হ'ল। স্থান: সোণেশ্বৰ বৰা ৰাজহুৱা ভৱন। সময় প্ৰতিদিনে বিয়লি ৪বজাৰ পৰা ৭বজালৈ। এমাহ প্ৰশিক্ষণৰ মাছুল ৩০০০টকা। বয়সৰ কোনো সীমাবদ্ধতা নাই। ৯৮৫৪১৬৪৮৯০/৮৭৬১৮৭৪১৭৪

আকৌ এবাৰ ভাল খৱৰে নৃত্যতৰঙ্গিনী কলাকেন্দ্ৰৰ মজিয়াখনি গৌৰৱে ভৰাই তুলিলে। অসম‌ চিত্ৰকলা ফাউণ্ডেশ্যনৰ উদ্যোগত সদৌ অসম ভিত্...
11/11/2024

আকৌ এবাৰ ভাল খৱৰে নৃত্যতৰঙ্গিনী কলাকেন্দ্ৰৰ মজিয়াখনি গৌৰৱে ভৰাই তুলিলে। অসম‌ চিত্ৰকলা ফাউণ্ডেশ্যনৰ উদ্যোগত সদৌ অসম ভিত্তিত চিত্ৰাংকন প্ৰতিযোগিতাত তিনিটা পৰ্যায়ৰ প্ৰতিযোগিতাৰ নিৰ্বাচন হোৱাৰ পিছত এইবাৰ চুড়ান্ত প্ৰতিযোগিতাত কলাকেন্দ্ৰৰ হৈ অন্তৰীক্ষ চুতীয়াই সদৌ অসম ভিত্তিত তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে। কেন্দ্ৰটোলৈ গৌৰৱ কঢ়িয়াই অনা ছাত্ৰ গৰাকীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ লগতে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।🥳👏

District level art competition at Nrityatarangini Kalakendra.🎉
04/11/2024

District level art competition at Nrityatarangini Kalakendra.🎉

04/11/2024

নৃত্যতৰঙ্গিনী কলাকেন্দ্ৰত জিলা ভিত্তিত অনুষ্ঠিত হোৱা চিত্ৰাংকন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা একাংশ ছাত্ৰ-ছাত্ৰী। ০৩/১১/২০২৪

অহা নবেম্বৰ ৩তাৰিখ দেওবাৰে। সময় দিনৰ ১বজাৰ পৰা।👏
01/11/2024

অহা নবেম্বৰ ৩তাৰিখ দেওবাৰে।
সময় দিনৰ ১বজাৰ পৰা।👏

Please Contact.🙏

আল্পনা অংকন প্ৰতিযোগিতাত ছাত্ৰ-ছাত্ৰী সকলে অংকন কৰা একাংশ দৃশ্য।🎉🙏
01/11/2024

আল্পনা অংকন প্ৰতিযোগিতাত ছাত্ৰ-ছাত্ৰী সকলে অংকন কৰা একাংশ দৃশ্য।🎉🙏

27/10/2024

প্ৰতিদিন টাইম Talent Hunt Session 3-ৰ মঞ্চত Elimination round-ৰ বাবে নৃত্যতৰঙ্গিনী কলাকেন্দ্ৰৰ ছাত্ৰী গীতাৰ্থী কোঁৱৰ। শুভেচ্ছা জ্ঞাপন কৰিলোঁ গীতাৰ্থী আগুৱাই যোৱা।🥳👏

অন্য এক ব্যতিক্ৰমী প্ৰচেষ্টা সকলোকে সহযোগীতা আগবঢ়াবলৈ আহ্বান 👏
26/10/2024

অন্য এক ব্যতিক্ৰমী প্ৰচেষ্টা সকলোকে সহযোগীতা আগবঢ়াবলৈ আহ্বান 👏

আজি প্ৰতিদিন টাইমৰ Trends Talent Hunt Session 3-ৰ দ্বিতীয় ৰাউণ্ডত অৱত্তীৰ্ণ হ'বৰ‌ বাবে সাজু আমাৰ নৃত্যতৰঙ্গিনী কলাকেন্দ...
18/10/2024

আজি প্ৰতিদিন টাইমৰ Trends Talent Hunt Session 3-ৰ দ্বিতীয় ৰাউণ্ডত অৱত্তীৰ্ণ হ'বৰ‌ বাবে সাজু আমাৰ নৃত্যতৰঙ্গিনী কলাকেন্দ্ৰৰ ছাত্ৰী গীতাৰ্থী কোঁৱৰ। বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ গীতাৰ্থী।স্থান: জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅ', কাহিলীপাৰা, গোৱাহাটী।

সকলোকে শাৰদীয় প্ৰীতি আৰু শুভেচ্ছা জনালোঁ।👏
10/10/2024

সকলোকে শাৰদীয় প্ৰীতি আৰু শুভেচ্ছা জনালোঁ।👏

ছিক্কিমৰ গেংটকত অনুষ্ঠিত Sikkim Miss Lombu Season 3-ৰ সৌন্দৰ্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি Top5 Finalist স্থান দখলেৰে Miss...
25/09/2024

ছিক্কিমৰ গেংটকত অনুষ্ঠিত Sikkim Miss Lombu Season 3-ৰ সৌন্দৰ্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি Top5 Finalist স্থান দখলেৰে Miss Talented বঁটা লাভ কৰি নৃত্যতৰঙ্গিনী কলাকেন্দ্ৰলৈ অৰ্থাৎ দৈয়াং অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনা আমাৰ ছাত্ৰী চৰিতা লিম্বুলৈ আন্তৰিক অভিনন্দন জনালোঁ। উল্লেখযোগ্য যে, নৃত্যতৰঙ্গিনী কলাকেন্দ্ৰৰ পৰা মডেলিংৰ অ,আ,ক, খ শিকি অনুপ্ৰাণিত হৈ চৰিতাই ইমান সুন্দৰ প্ৰতিষ্ঠিত এটা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰে।🎉🎈

Address


Telephone

9854164890

Website

Alerts

Be the first to know and let us send you an email when নৃত্য তৰঙ্গিনী কলাকেন্দ্ৰ মেৰাপানী posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

  • Address
  • Telephone
  • Alerts
  • Claim ownership or report listing
  • Want your business to be the top-listed Event Planning Service?

Share