Alaap Sangeet Kanon - আলাপ সংগীত কানন

  • Home
  • India
  • Dhemaji
  • Alaap Sangeet Kanon - আলাপ সংগীত কানন

Alaap Sangeet Kanon - আলাপ সংগীত কানন Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Alaap Sangeet Kanon - আলাপ সংগীত কানন, Performance & Event Venue, Dhemaji.

10/12/2023

আলাপ সংগীত কানন ধেমাজিৰ প্ৰথম নিবেদন.. এটি সৰু প্ৰচেষ্টা.. এটি কভাৰ গীত আৰু ভিডিঅ' আপোনালোকৰ বাবে🙏
এটি কালজয়ী গীত "বৰষুণৰ বতৰত মইনা নুঠে মটৰত"
গীতটিৰ কথা: কেশৱ মহন্ত
সুৰ: ৰুদ্ৰ বৰুৱা
কণ্ঠ: খগেন মহন্ত
কভাৰ ভিডিঅ'টোত কণ্ঠদান কৰিছে সংগীত শিক্ষয়িত্ৰী ৰশ্মিৰেখা শইকীয়া আৰু কাননৰ কণ কণ মইনা(জুনিয়ৰগ্ৰুপ)সকলে ।
কিবা ভুল হ'লে শুধৰাই দিব বুলি আশা ৰাখিলোঁ🙏🙏

30/10/2022

অসমীয়া চলচ্চিত্ৰ জগতৰ যশস্বী অভিনেতা মহাতাৰকা নিপন গোস্বামীদেৱলৈ আলাপ সংগীত কানন ধেমাজিৰ গভীৰ শ্ৰদ্ধাঞ্জলি তেখেতৰ এখন জনপ্ৰিয় বোলছবি শকুন্তলা আৰু শংকৰ যোচেফ আলী ৰ এটি গীতেৰে...

14/10/2022

My lovely students🤗🤗

14/10/2022

Junior New comers of Alaap Sangeet kanon singing very popular song of Respected Dipali Borthakur..

New students of Aalap Sangeet kanon.. Interested all students are invited.. Admission open..
06/11/2021

New students of Aalap Sangeet kanon.. Interested all students are invited.. Admission open..

07/09/2019

আলাপ সংগীত কাননৰ আটাইতকৈ কনিষ্ঠ ছাত্ৰী দুগৰাকী💖💖

07/09/2019

আলাপ সংগীত কাননৰ নামভৰ্তি চলি আছে , যিহেতু পাঠদান চলি আছে, গতিকে নতুন ছাত্ৰ ছাত্ৰীৰ শিক্ষাগ্ৰহণৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি অহা অক্টোবৰ মাহৰ পৰা এই বৰ্ষৰ নামভৰ্ত্তিকৰণ বন্ধ হ'ব । গতিকে ইচ্ছুক সকলক সোনকালে নামভৰ্ত্তি কৰিবৰ বাবে অনুৰোধ জনালোঁ ।যোগাযোগৰ নম্বৰ 6002952570

06/09/2019

Address

Dhemaji
787057

Opening Hours

Thursday 3:30pm - 5:30pm
Friday 3:30pm - 5:30pm
Saturday 3:30pm - 5:30pm
Sunday 3:30pm - 5:30pm

Telephone

+916002952570

Website

Alerts

Be the first to know and let us send you an email when Alaap Sangeet Kanon - আলাপ সংগীত কানন posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Share


Other Performance & Event Venues in Dhemaji

Show All