কঠীয়া মাইম এণ্ড ড্ৰামা একাডেমী

  • Home
  • India
  • Duliajan
  • কঠীয়া মাইম এণ্ড ড্ৰামা একাডেমী

কঠীয়া মাইম এণ্ড ড্ৰামা একাডেমী "Kothia",A SOCIO-CULTURAL organisation of Duliajan,estb. in the year 1995.We concentrate to develope
(3)

"Kothia Mime & Drama Academy" is an amateur club established in 1995 by few cultural minded OIL dependent youths of Duliajan with a commitment of uplifting the cultural talent (dancing,acting,mime,singing,recitation etc)of children of Duliajan and its surrounding areas. Throughout these years, Kothia has brought forward a constellation of stalwards and erudite within and around Duliajan Braving Bl

ows and counterblows and hostile circumstances,Kothia has been constantly developing young talents till date.

"শিল্পী মই তিনিও কালৰ,অতীতৰ,বৰ্ত্তমানৰ অনাগত ভৱিষ্যতৰ।আদিতেই যাত্ৰা কৰি অনাদিলে যাওঁ,ধ্বংসৰ মাজেদি মইৰূপান্তৰেদি ৰূপ পাই...
17/01/2024

"শিল্পী মই তিনিও কালৰ,
অতীতৰ,বৰ্ত্তমানৰ অনাগত ভৱিষ্যতৰ।
আদিতেই যাত্ৰা কৰি অনাদিলে যাওঁ,
ধ্বংসৰ মাজেদি মই
ৰূপান্তৰেদি ৰূপ পাই
নৱতম সৃষ্টিৰ শলিতা জ্বলাওঁ ৷"

ওপজা দিনত যুগান্তৰৰ শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱলৈ সশ্ৰদ্ধ সোঁৱৰণ....

04/01/2024
অসমৰ অভিনয় জগতৰ এটা উজ্জ্বল নক্ষত্ৰ আজি খহি পৰিল...বিদায় জয়ন্ত দা....আকৌ লগ পাম...
16/12/2023

অসমৰ অভিনয় জগতৰ এটা উজ্জ্বল নক্ষত্ৰ আজি খহি পৰিল...
বিদায় জয়ন্ত দা....
আকৌ লগ পাম...

সত্ৰীয়া নৃত্য প্ৰতিযোগিতাৰ ফলাফল...
18/11/2023

সত্ৰীয়া নৃত্য প্ৰতিযোগিতাৰ ফলাফল...

একক সৃষ্টিমূলক নৃত্য প্ৰতিযোগিতা...
17/11/2023

একক সৃষ্টিমূলক নৃত্য প্ৰতিযোগিতা...

জয়ন্ত হাজৰিকাৰ গীতৰ ফলাফল...
16/11/2023

জয়ন্ত হাজৰিকাৰ গীতৰ ফলাফল...

ভূপেন হাজৰিকাৰ গীতৰ প্ৰতিযোগিতাৰ ফলাফল...
15/11/2023

ভূপেন হাজৰিকাৰ গীতৰ প্ৰতিযোগিতাৰ ফলাফল...

আজি অনুষ্ঠিত হোৱা অনুষ্ঠানৰ কিছু স্নেপচত...
15/11/2023

আজি অনুষ্ঠিত হোৱা অনুষ্ঠানৰ কিছু স্নেপচত...

আজি অনুষ্ঠিত হোৱা কবিতা আবৃত্তি প্ৰতিযোগিতাৰ ফলাফল সমূহ---সকলো বিজয়ী প্ৰতিযোগীলৈ অভিনন্দন জ্ঞাপন কৰিছো....
15/11/2023

আজি অনুষ্ঠিত হোৱা কবিতা আবৃত্তি প্ৰতিযোগিতাৰ ফলাফল সমূহ---
সকলো বিজয়ী প্ৰতিযোগীলৈ অভিনন্দন জ্ঞাপন কৰিছো....

কঠীয়াৰ ৰুপালী জয়ন্তী বৰ্ষ উদযাপনৰ লগত সংগতি ৰাখি আয়োজন কৰা চিত্ৰাংকন প্ৰতিযোগিতাৰ কিছু দৃশ্য...
14/11/2023

কঠীয়াৰ ৰুপালী জয়ন্তী বৰ্ষ উদযাপনৰ লগত সংগতি ৰাখি আয়োজন কৰা চিত্ৰাংকন প্ৰতিযোগিতাৰ কিছু দৃশ্য...

12/07/2022

কঠীয়াৰ গ্ৰীষ্মকালীন নাট কৰ্মশালাত
ড: মনপ্ৰতীভ বৰুৱাৰ লগত প্ৰশিক্ষাৰ্থীসকলৰ মত বিনিময় অনুষ্ঠানৰ এটি অংশ।

07/07/2022
কঠীয়া মাইম এণ্ড ড্ৰামা একাডেমীৰ গ্ৰীষ্মকালীন নাট কৰ্মশালাখনি দুলীয়াজান নামঘৰত আজিৰেপৰা আৰম্ভ হয়। কৰ্মশালাখনিত ছাত্ৰ-ছ...
04/07/2022

কঠীয়া মাইম এণ্ড ড্ৰামা একাডেমীৰ গ্ৰীষ্মকালীন নাট কৰ্মশালাখনি দুলীয়াজান নামঘৰত আজিৰেপৰা আৰম্ভ হয়। কৰ্মশালাখনিত ছাত্ৰ-ছাত্ৰীৰ সহাৰি আছিল অভূতপূৰ্ব। প্ৰায় আশীৰোধিক প্ৰশিক্ষাৰ্থীৰ উপস্হিতিত কৰ্মশালাখনি আনুষ্ঠানিকভাবে বন্তি প্ৰজ্বলন কৰি শুভ উদ্বোধন কৰে অইল ইণ্ডিয়া লিমিটেডৰ মহাপ্ৰবন্ধক শ্ৰীযুত ত্ৰিদীৱ হাজৰিকাদেৱে। কঠীয়াৰ সাধাৰণ সম্পাদক শ্ৰী দিপনজীৎ পাঁছনীয়ে আঁত ধৰা অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে কঠীয়াৰ সভাপতি তথা নাট্যকাৰ ড⁰ বসন্ত খনিকৰ, বিশিষ্ট সমাজকৰ্মী তথা কঠীয়াৰ কাৰ্যকৰী সভাপতি শ্ৰীযুত পংকজ বৰা, অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্য্যকৰী সভাপতি শ্ৰীযুত মানিক গোস্বামী, সৌমাৰপীঠ মণ্ডলৰ সভাপতি শ্ৰীযুত টুটু বৰুৱা আৰু বিশিষ্ট সমাজকৰ্মী তথা দুলীয়াজান নামঘৰৰ সাধাৰণ সম্পাদক শ্ৰীযুত ইন্দ্ৰ কোৱৰ। কেউজন বিশিষ্ট ব্যক্তিয়ে তেওঁলোকৰ সাৰুৱা মন্তব্যৰে প্ৰশিক্ষাৰ্থী তথা অভিভাৱকসলৰ মনবোৰ জীপাল কৰি তোলে। এই কৰ্মশালাত সমল ব্যক্তি হিচাবে আছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰিবেশ্য কলা বিভাগৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী শ্ৰীমিন্তু বৰা আৰু লগতে কেইবাজনো অতিথি শিল্পীয়ে অনাগত দিনত কৰ্মশালাখনিত প্ৰশিক্ষণ প্ৰদান কৰিব।

নমস্কাৰ, কঠীয়া মাইম এণ্ড ড্ৰামা একাডেমীৰ সম্ভাষণ গ্ৰহণ কৰিব। অসমৰ সাংস্কৃতিক পথাৰখনত সোনগুটি সৃষ্টি কৰাৰ লক্ষ্যৰে আজিৰ ...
26/06/2022

নমস্কাৰ, কঠীয়া মাইম এণ্ড ড্ৰামা একাডেমীৰ সম্ভাষণ গ্ৰহণ কৰিব। অসমৰ সাংস্কৃতিক পথাৰখনত সোনগুটি সৃষ্টি কৰাৰ লক্ষ্যৰে আজিৰ পৰা ২৭ বছৰৰ আগতে কঠীয়াৰ জন্ম। এই লক্ষ্যকেই সাৰোগত কৰি জন্মলগ্নৰে পৰা কঠীয়াই গ্ৰীষ্মকালীন নাট কৰ্মশালা আয়োজন কৰি আহিছে। কঠীয়াৰ এই নাট কৰ্মশালাত নাটকৰ প্ৰশিক্ষণ দিয়াৰ লগতে এটি শিশু বা যুবক-যুৱতীৰ সৰ্বাংগীন বিকাশৰ ওপৰত গুৰুত্ব দিয়া হয় যিয়েনেকি তেওঁলোকৰ অনাগত ভৱিষ্যতত যঠেষ্ট সহায়ক হয়। এই কৰ্মশালাত নাটক, কবিতা আবৃত্তি,প্ৰানায়ম,শাৰীৰিক ভাষা(Body Language),ভাষাৰ শুদ্ধ উচ্ছাৰণ, নৃত্য,শাৰীৰিক ব্যায়াম, মুকাভিনয় আদি বিভিন্ন ধৰনৰ পাঠ প্ৰশিক্ষাৰ্থীসকলক প্ৰদান কৰা হয়। বিভিন্ন ধৰনৰ মস্তিষ্কৰ ব্যায়াম আৰু খেলা-ধুলাৰ মাজেৰেও প্ৰশিক্ষাৰ্থীসকলৰ বৌদ্ধিক বিকাশত অৰিহণা যোগোৱা হয়।
এইবছৰো কঠীয়াই এই নাট কৰ্মশালাখনি শিশু আৰু যুৱক-যুৱতীৰ বাবে
০১ জুলাইৰ পৰা ২০ জুলাইলৈকে দুলীয়াজানৰ কেন্দ্ৰস্থল দুলীয়াজান নামঘৰত আয়োজন কৰিছে।
এই কৰ্মশালাত মূখ্য প্ৰশিক্ষক হিচাপে থাকিব যোৰহাটৰ শ্ৰীমিন্টু বৰা, স্নাতক/স্নাতকোত্তৰ,ড⁰ ভূপেন হাজৰিকা পৰিবেশ্য কলা অধ্যয়ন কেন্দ্ৰ,ডিব্ৰুগড় বিশ্ববিদ্যালয়, লগতে থাকিব কেইবাগৰাকীও অতিথি প্ৰশিক্ষক।
আমি আশাকৰো দুলীয়াজানবাসী সাংস্কৃতিকপ্ৰেমী ৰাইজে আমাৰ এই প্ৰচেষ্টাত সহাঁৰি জনাব।
🙏🙏🙏
ধন্যবাদ।
# # সবিশেষ জানিবলৈ যোগাযোগ কৰক ---
9435735705
7099274661
9706963122
9957108671

হেৰ’ বিপ্লৱী বিদ্ৰোহী বীৰ!তোল তোৰ অৱনত শিৰ।অতদিন তই আছিলি সুসুপ্তপৰ পদানত,নিৰ্যাতিত নিপীড়িত,দলিত, পতিত…?আজি এই নতুন যুগ...
20/06/2022

হেৰ’ বিপ্লৱী বিদ্ৰোহী বীৰ!
তোল তোৰ অৱনত শিৰ।
অতদিন তই আছিলি সুসুপ্ত
পৰ পদানত,
নিৰ্যাতিত নিপীড়িত,
দলিত, পতিত…?
আজি এই নতুন যুগত হ তই জাগ্ৰত।।

14/11/2021

দেৱস্মিতা কাশ্যপৰ কণ্ঠত এটি গীত শুনো আহকচোন ভাল লাগিলে #লাইক কমেন্ট শ্বেয়াৰ কৰি দিব দেৱস্মিতা কাশ্যপৰ চেনেলটোত গৈ , , লগতে চেনেলটো কৰি দিব বুলি আশা কৰিলোঁ🙏❤️
https://youtu.be/pfyfot4f9RY

Address

Duliajan
786602

Alerts

Be the first to know and let us send you an email when কঠীয়া মাইম এণ্ড ড্ৰামা একাডেমী posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to কঠীয়া মাইম এণ্ড ড্ৰামা একাডেমী:

Videos

Share

Nearby event planning services


Other Performance & Event Venues in Duliajan

Show All

You may also like